কাইলৈ ঘোষণা হ’ব HS চূড়ান্ত পৰীক্ষা(বিশেষ)ৰ ফলাফল, কেনেকৈ চাব ফলাফল?

কাইলৈ ঘোষণা হ’ব HS চূড়ান্ত পৰীক্ষাৰ(বিশেষ) ফলাফল। দিনৰ ১২ বজাত ৱেবচাইটযোগে লাভ কৰিব ফলাফল। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ১০ অক্টোবৰৰ পৰা অনুষ্ঠিত কৰিছিল পৰীক্ষা। ১০ আৰু ১১ নৱেম্বৰত অনুষ্ঠিত হৈছিল পৰীক্ষা। সেই পৰীক্ষাৰ ফলাফল দিনৰ ১২ বজাত ঘোষণা কৰিব অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে।

শিক্ষা সংসদৰ অধীনৰ সকলো শিক্ষানুষ্ঠানলৈ ই-মেইলযোগে প্ৰেৰণ কৰা হব ফলাফল। www.ahsec.assam.gov.inত চাব পাৰিব ফলাফল। এই বিশেষ পৰীক্ষাত ২,০৮২গৰাকী পৰীক্ষাৰ্থীয়ে আবেদন জনাইছিল। তাৰ পৰিৱৰ্তে ১,৪১৪গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল পৰীক্ষাত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুম্বাইৰ কোষ্টেল ৰোডত ভয়ংকৰ দুৰ্ঘটনা; দলঙৰ পৰা বাগৰি পৰিল BMW

দেওবাৰে পুৱতি নিশা মুম্বাইৰ কোষ্টেল ৰোডত এখন দ্ৰুতবেগী BMW...

নৱম শ্ৰেণীতেই হাতত টোকাৰী লৈ উপস্থিত হৈছিল ৰেডিঅ’ কেন্দ্ৰত, আজিলৈকে লাভ কৰা নাই নিয়মীয়া শিল্পী পেন্সন

নৱম শ্ৰেণীত পঢ়ি থাকোঁতেই টোকাৰী লৈ ডিব্ৰুগড় ৰেডিঅ’ কেন্দ্ৰত...

প্রথমে জুবিন গাৰ্গৰ বিষয়ে ভালদৰে অধ্যয়ন কৰক,তাৰ পিছতহে সংবাদ মাধ্যমৰ সন্মুখলৈ আহি মন্তব্য কৰক

জুবিন গাৰ্গৰ সংগীত আৰু চলচ্চিত্ৰ জীৱনক লৈ বিজেপি বিধায়ক...