মৰিগাঁৱৰ দুৰ্ভগীয়া পৰিয়ালটোক প্ৰদান কৰা হ’ব ৰেচন কাৰ্ড

মৰিগাঁৱৰ পৰিয়ালটোক ৰেচন প্ৰদান কৰিব যোগান বিভাগে। আজিৰ ভিতৰত যোগান বিভাগে মৰিগাঁৱৰ দৰিদ্ৰ পৰিয়ালটোক ৰেচন কাৰ্ড প্ৰদান কৰিব। যোগান মন্ত্ৰীৰ নিৰ্দেশত পৰিয়ালটোক দিয়া হ’ব ৰেচন কাৰ্ড। ভেকচিন প্ৰদান কৰিবলৈ যাওঁতে স্বাস্থ্য কৰ্মীক বাধা প্ৰদান কৰিছিল মহিলাগৰাকীয়ে। ভেকচিন ল’বলৈ অস্বীকাৰ কৰিছিল পৰিয়ালটোৱে, চৰকাৰী চাউল দিলেহে ভেকচিন ল’বলৈ মান্তি হৈছিল।

চৰকাৰী চাউল দিয়ক তেতিয়াহে ভেকচিন লম বুলি মন্তব্য কৰা এটা ভিডিঅ ভাইৰেল হৈছিল ছচিয়েল মিডিয়াত। NKTVৰ ‘জনসাধাৰণ’ত অনুষ্ঠানত বাতৰি সম্প্ৰচাৰৰ পিছতে তৎপৰতা। বিভিন্ন দল-সংগঠনে যোগাযোগ কৰিছে চুমী কাঠাৰপীৰ সৈতে। পৰিয়ালটোক সহায়ৰ বাবে আগবাঢ়ি আহিছে দল-সংগঠন।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আকৌ আহিল শাৰদীয় দুৰ্গোৎসৱ

ধৰালৈ নামিছে শৰৎ। শৰৎ আগমনৰ লগে লগেই আৰম্ভ হৈছে...

মহানগৰীৰ উৰণ সেতুত শেষ হৈ গ’ল এটা জীৱন

নিশা গণেশগুৰিৰ উৰণ সেতুত সংঘটিত হয় ভয়াৱহ দুৰ্ঘটনা। দুৰ্ঘটনাত...

পেৰিছ ফেশ্বন উইকত আলিয়াৰ গ্লেমাৰাছ লুক

পেৰিছ ফেশ্বন উইকত মোহময়ী অভিনেত্ৰী আলিয়া ভাটৰ অভিষেক। ল’ৰিয়েল...