যোৰহাটত আছু নেতাক নৃশংস হত্যা

  • যোৰহাট চহৰৰ মাজমজিয়াত জঘন্য ঘটনা
  • যোৰহাটত ছাত্ৰ নেতাক নৃশংস হত্যা
  • ৫০জন লোকে আক্ৰমণ কৰিছিল ৩ যুৱকক
  • প্ৰহাৰত মৃত্যু ছাত্ৰনেতা অনিমেষ ভূঞাৰ
  • নিহত অনিমেষ ভূঞাৰ ঘৰ গোলাঘাটৰ খকন্দগুৰিত
  • যোৰহাটৰ নিৰ্মল চাৰিআলিৰ ওচৰত সংঘটিত এই ঘটনা
  • সাংবাদিক মৃদুস্মন্ত বৰুৱা, আছুৰ প্ৰণয় দত্তও আছিল
  • এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি সংঘটিত এই ঘটনা
  • এদল উন্মত্ত লোকে তিনিওকে আক্ৰমণ কৰে
  • গুৰুতৰভাৱে আহত তিনিওকে JMCHলৈ প্ৰেৰণ কৰা হয়
  • হাস্পতালত মৃত ঘোষণা কৰে অনিমেষ ভূঞাক
  • গোলাঘাটৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অনিমেষ
  • দুৰ্ঘটনাটো মুঠেই গুৰুতৰ নাছিল বুলি জানিব পৰা গৈছে
  • সামান্য আঘাত পাইছিল এজন বয়োজ্যেষ্ঠ ব্যক্তিয়ে
  • লোকজনক শুশ্ৰূষাৰ চেষ্টা আছু কৰ্মী-সাংবাদিকৰ দলটোৰ
  • সেই সময়তে উন্মত্ত এদল লোকৰ দলবদ্ধ আক্ৰমণ তিনিওকে
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাজুলীৰ বিধায়ক ভুবন গামৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী

অসমৰ ধৰ্মীয় আৰু সাংস্কৃতিক ক্ষেত্ৰৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ পৱিত্ৰ সত্ৰ-সমাজৰ...

ব’লবমৰ বাবে পানী আনিবলৈ গৈ লুইতত সন্ধানহীন পিতা-পুত্ৰ

ব'লবমৰ আনন্দোল্লাসৰ মাজতে ডিব্ৰুগড়ৰ মাইজানত সংঘটিত হৈছে এক শোকাৱহ...

ছাইৰ আঘাত, ছৰফৰাজৰ ভাগ্যোদয়!

অপেক্ষাৰ অন্ত পৰিল। ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিকভাৱে ৰান সংগ্ৰহ কৰি...

গুজৰাটৰ মুখ্যমন্ত্ৰীক কমনৱেল্থ গেমছৰ পতাকা প্ৰদান: ২০৩০চনৰ মেগা ইভেণ্টৰ প্ৰস্তুতিৰ আনুষ্ঠানিক শুভাৰম্ভ

গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলক (Bhupendra Patel) আনুষ্ঠানিকভাৱে ২০৩০ চনৰ...