আৰক্ষীৰ নিযুক্তি পৰীক্ষাত বড়ো ভাষাক অন্তৰ্ভুক্ত কৰাৰ দাবী

অসমৰ শিক্ষা ব্যৱস্থাত ৪ ভাষাৰ অন্তৰ্ভুক্তিক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে নিখিল বড়ো ছাত্ৰ সন্থাই। ইয়াৰ ফলত ৰাজ্যৰ শিক্ষাৰ্থীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব বুলি অভিযোগ কৰিছে ছাত্ৰ সংগঠনটোৱে। এক সংবাদমেলযোগে এবছুৰ সভাপতি দ্বীপেন বড়ো আৰু সাধাৰণ সম্পাদক খনীন্দ্ৰ বসুমতাৰীয়ে কয় যে বড়ো ভাষাক অন্তৰ্ভুক্ত নকৰাত পিজি টেটত বড়ো মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলে অৱতীৰ্ণ হ’ব নোৱাৰিব।

অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাতো বড়ো মাধ্যমক অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাইছে ছাত্ৰ সংগঠনটোৱে। ন্যায়িক সেৱাৰ পৰীক্ষাতো অসমীয়াৰ লগতে বড়ো ভাষাক অন্তৰ্ভুক্ত কৰিবলৈ এবছুৱে দাবী জনায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মৃত্যুক লৈ ব্যৱসায়! প্ৰাক্তন অভিযন্তাৰ কাণ্ডত তোলপাৰ বিশ্ব

মৃত্যুক লৈ ব্যৱসায়! কেতিয়াও নোহোৱা নোপোজা ঘটনা ঘটিল এইখন...

বিশিষ্ট কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান

বিশিষ্ট কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান। ৮৯ বছৰ বয়সত মুম্বাইৰ...

কটন বিশ্ববিদ্যালয়ত বেডমিণ্টনৰ সুবিধা ব্যৱহাৰৰ বাবে অসম ক্ৰীড়া প্ৰাধিকৰণৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ

কটন বিশ্ববিদ্যালয়ত অৱস্থিত বেডমিণ্টন খেলৰ সুবিধাৰ ব্যৱহাৰৰ উদ্দেশ্যে কটন...