ৰাজ্যত ৩ কোটি পালি ক’ভিড প্ৰতিষেধক প্ৰদান

ক’ভিড প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত অসমে লাভ কৰিছে আন এক সফলতা। ৰাজ্যত ৩ কোটি পালি ক’ভিড প্ৰতিষেধক প্ৰদানৰ সীমা আজি সফলতাৰে অতিক্ৰম কৰিলে স্বাস্থ্য বিভাগে। শণিবাৰে দুপৰীয়া ১.৩০ বজালৈকে মুঠ ৩,০০,২৫,৯৩২ পালি প্ৰতিষেধক প্ৰদান। এই পৰ্যন্ত ৰাজ্যত ২,০৪,৪৪,৬৫৭ গৰাকীয়ে লৈছে প্ৰথম পালি প্ৰতিষেধক। দুয়োপালি ক’ভিড প্ৰতিষেধক ল’লে ৯৫.৮১ লাখ লোকে।

উল্লেখযোগ্য যে, অসমে ১ কোটি পালিৰ সীমা পাৰ কৰিছিল ২৭ জুলাইত। ১১ ছেপ্তেম্বৰত অতিক্ৰম কৰিছিল ২ কোটি পালি ক’ভিড প্ৰতিষেধকৰ সীমা। ৰাজ্যবাসীক অভিনন্দন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ। স্বাস্থ্যকৰ্মী, আশাকৰ্মী, অংগনবাদী কৰ্মী-সহায়িকা, গাঁওবুঢ়া, বিএলঅ’লৈ স্বাস্থ্যমন্ত্ৰীৰ ধন্যবাদ জ্ঞাপন।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ছাৰ ডন ব্রেডমেনকো চেৰ পেলালে মুম্বাইৰ এজন বেটছমেনে

ৰঞ্জি ট্রফীত অভিষেক, খেলিছে মাথোঁ ৯খন খেলতাত আছে ৮টা...

শিল-বালি-ইটাই যদি উশাহ দিয়ে, কাটি পেলাওক সকলো গছ…

শিল-বালি-ইটাই যদি উশাহ দিয়ে, কাটি পেলাওক সকলো গছকংক্ৰিটৰ উন্নয়নেহে...

দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে হায়দৰাবাদতো ৰুজু আছে গোচৰ

শীঘ্ৰেই অসমলৈ আহিব হায়দৰাবাদৰ আৰক্ষীৰ এটা দল। দীপাংকৰ বিৰুদ্ধে...

উদয়পুৰত অনুষ্ঠিত মাৰ্ভেলাছ মিছেছ ইণ্ডিয়া পেজেন্টত জিলিকিল অসমৰ পুনম শৰ্মা

অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে মহানগৰীৰ ৰাজগড ৰোডৰ জীয়ৰী পুনম...