উপ-নিৰ্বাচনত মিত্ৰজোঁটৰ CLEAN SWEEP

গোসাঁইগাঁৱত বৃহৎ ব্যৱধানত জয়ী জিৰণ বসুমতাৰী
২৮,৩৬৬টা ভোটত জয় লাভ UPPLৰ প্ৰাৰ্থীজনৰ
জিৰণ বসুমতাৰীয়ে লাভ কৰে ৫৮,২৭৮টা ভোট
কংগ্ৰেছ প্ৰাৰ্থীজনে লাভ কৰিছে ২৪,০৬৪টা ভোট
…………….
ভৱানীপুৰত ফণীধৰ তালুকদাৰৰ জয়লাভ
২৫,৬৪১টা ভোটৰ ব্যৱধানত জয়ী বিজেপি প্ৰাৰ্থীজন
ফণীধৰ তালুকদাৰে লাভ কৰে ৬৪,২০০টা ভোট
দ্বিতীয় স্থানত কংগ্ৰেছৰ শৈলেন্দ্ৰনাথ দাস
শৈলেন্দ্ৰনাথ দাসে ভোট পাইছে ৩৮,৫৫৯টা
……………..
মৰিয়নীত বিপুল ভোটত জয়লাভ ৰূপজ্যোতি কুৰ্মীৰ
অন্তিম ৰাউণ্ডত ৰূপজ্যোতিৰ ৫৫,৩৩৭টা ভোট লাভ
কংগ্ৰেছৰ লোহিত কোঁৱৰে লাভ কৰে ১৫,৩২২টা ভোট
তৃতীয় স্থানত ৰাইজৰ দলৰ প্ৰাৰ্থী সঞ্জীৱ গগৈ
ৰাইজৰ দলৰ প্ৰাৰ্থীজনে লাভ কৰে ১৫,১৪৯টা ভোট
………………………..
থাওৰাত বিজেপিৰ সুশান্ত বৰগোহাঁইৰ বৃহৎ জয়
৩০ হাজাৰ ৫৬১টা ভোটৰ ব্যৱধানত জয়লাভ
সুশান্ত বৰগোহাঁয়ে লাভ কৰে ৫৪ হাজাৰ ৯৫৬টা ভোট
ৰাইজৰ দলৰ ধৈৰ্য্য কোঁৱৰৰ ২৪ হাজাৰ ৩৯৫টা ভোট লাভ
কংগ্ৰেছৰ মনোৰঞ্জন কোঁৱৰৰ ৫ হাজাৰ ৮৯২টা ভোট লাভ
………………………..
তামুলপুৰত UPPL প্ৰাৰ্থী জলেন দৈমাৰীৰ জয়লাভ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

উৎকট গৰম : শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান

শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান : সদৌ অসম সন্মিলিত...

আৰ ই চি বক্সিং: মহিলা এলিট শাখাৰ কোৱাৰ্টাৰত প্ৰৱেশ অসমৰ আঠ বক্সাৰৰ

অসমৰ পুৰুষৰ লগতে মহিলা বক্সাৰেও গুৱাহাটীত চলি থকা আৰ...

NRCৰ সময়ত যিসকলৰ বায়’মেট্ৰিক বন্ধ হৈছিল, তেওঁলোকে কিদৰে আধাৰ কাৰ্ড লাভ কৰিব?

UIDAIয়ে ৯.৩৫ লাখ NRC-BME স্থগিত ৰখা অসমৰ আবেদনৰ বাবে...

চর্জুন হান্সেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব প্রদান

ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত সদৌ অসম ছাত্ৰ সন্থাৰ এখন...