অসম আৰক্ষীৰ ৯ গৰাকী বিষয়ালৈ DGPৰ বিশেষ বঁটা

আৰক্ষী সঞ্চালক প্ৰধানৰ বিশেষ বঁটা ঘোষণা। অসম আৰক্ষীৰ ৯ গৰাকী বিষয়ালৈ DGPৰ বঁটা। ২০২৪ বৰ্ষত অপৰাধৰ তদন্তৰ পাৰদৰ্শিতা দেখুওৱাৰ বাবে এই বঁটা। কাছাৰৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰ শীতল কুমাৰলৈ বঁটা। ডিব্ৰুগড়ৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সিজল আগৰৱালালৈ বঁটা। বাক্সাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ চৌধুৰীলৈ বঁটা। ডিমা হাছাওৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ফাৰুক আহমেদলৈ বঁটা। শ্ৰীভূমিৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ চৌধুৰীলৈ বঁটা। মাজুলীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়ালৈ বঁটা। মৰিগাঁৱৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যলৈ বঁটা। CIDৰ মুখ্য কাৰ্যালয়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৰমী দাসলৈ বঁটা। তিতাবৰৰ SDPO তৰুণ গোৱেললৈ বঁটা

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...