পাকিস্তানী ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা ২৫০ কেজি ড্ৰাগছ জব্দ, সীমাৰ সিপাৰে কি চলিছে?

গুজৰাটত পাকিস্তানী জাহাজসহ জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ।

জব্দ হৈছে ২৫০ কিঃগ্ৰাঃ হে’ৰইন। লগতে গ্ৰেপ্তাৰ ৯টা পাকিস্তানী ড্ৰাগছ সৰবৰাহকাৰী। আৰৱ সাগৰত জাহাজখনে বিচৰণ কৰি থকা অৱস্থাত জব্দ হয় ড্ৰাগছখিনি। ভাৰতীয় ক’ষ্ট গাৰ্ড আৰু গুজৰাট এণ্টি টে’ৰৰিষ্ট স্কোৱাডে চলাইছিল অভিযান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ত্ৰিপুৰাৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফীৰ মেচৰ বাবে অসম দল ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ৮ নৱেম্বৰৰ পৰা ত্ৰিপুৰাৰ বিৰুদ্ধে...

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি মন্ধনা

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি...

ইতিবাচক…বাছ লৈ ‘ৰৈ ৰৈ বিনালে’ চাবলৈ চাবলৈ আহিল চলচ্চিত্ৰপ্ৰেমী

জুবিন গাৰ্গৰ সপোনবোৰ যেন দিঠক হৈছে। তেওঁ কোৱাৰ দৰেই...