মৰ্মান্তিক! যাত্ৰীবাহী বাছত জুই লাগি মৃত্যু ৯জনকৈ যাত্ৰীৰ

দেশত পুনৰ সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। হাৰিয়ানাত এখন যাত্ৰীবাহী বাছত সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ড। অগ্নিকাণ্ডত ৯জনকৈ যাত্ৰীয়ে কৰুণ মৃত্যুক সাৱটি লয়। নিহতসকলৰ ভিতৰত ছগৰাকী মহিলা আৰু ৩জন পুৰুষ। আনফালে এই ঘটনাত গুৰুতৰভাৱে আহত হয় ২৪জনকৈ যাত্ৰী। শুকুৰবাৰে নিশা হাৰিয়ানাৰ নুহত সংঘটিত হয় এই ঘটনা। পুৱতি নিশা ডেৰ বজাত সংঘটিত হয় এই শোকাৱহ ঘটনাতো। ধৰ্মীয় পৰ্যটনস্থলী দৰ্শনৰ বাবে বাছখনত গৈছিল লোকসকল। পাঞ্জাৱৰ হুচিয়াৰপুৰ অঞ্চলৰ বাসিন্দা আছিল যাত্ৰীসকল। তীৰ্থস্থান দৰ্শন কৰি ৭-৮ দিনৰ অন্তত ঘৰলৈ উভতিছিল লোকসকল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...