অগ্নিদগ্ধ হৈ একে পৰিয়ালৰ ২ শিশুসহ ৭ জনৰ মৃত্যু

মুম্বাইত পুৱা ভয়ংকৰ অগ্নিকাণ্ড। চেম্বুৰৰ সিদ্ধাৰ্থ নগৰৰ এটা দুমহলীয়া অট্টালিকাত এই অগ্নিকাণ্ড। অগ্নিদগ্ধ হৈ একে পৰিয়ালৰ ২ শিশুসহ ৭ জনৰ মৃত্যু। অট্টালিকাৰ তলত থকা দোকানৰ পৰা জুইৰ সূত্ৰপাত। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিতৰ ফলতেই সংঘটিত অগ্নিকাণ্ড। দোকানৰ পৰা ওপৰৰ মহলালৈ বিয়পি পৰে জুই।

Popular

More like this
Related

চলন্ত ৰে’লত লাগিল জুই, পুনৰ ভাৰতীয় ৰে’লত ভয়ংকৰ ঘটনা

বৰাক-ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছত অগ্নিকাণ্ড। নিশা কাছাৰৰ বিহাৰা ষ্টেচনত ৰে’লখনত অগ্নিকাণ্ড।...

ডায়েট ডিব্ৰুগড় আৰু পানীটোলা শিক্ষা খণ্ডৰ মাজত বন্ধুত্বমূলক ক্ৰিকেট খেল অনুষ্ঠিত

ডিব্ৰুগড় জিলাৰ চাবুৱাস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট)...

বৃদ্ধা মাতৃক বন্ধ কোঠাত সোমোৱাই শহুৰ-শাহুৰ, পত্নীৰ সৈতে মহাকুম্ভলৈ পাপ মোচন কৰিবলৈ গ’ল পুত্ৰ

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি আছে মহাকুম্ভমেলা। পাপ মোচন কৰিবলৈ...

গুৱাহাটীত অস্মিতা বেডমিণ্টন প্ৰতিযোগিতা

গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত...