গুজৰাটৰ ৰাসায়নিক কাৰাখানাত বিস্ফোৰণ! ৬ শ্ৰমিকৰ থিতাতে মৃত্যু

গুজৰাটৰ আৰক্ষীয়ে জনোৱা অনুসৰি গুজৰাটৰ ভাৰুচ জিলাৰ এটা ৰাসায়নিক কাৰাখানাত সংঘটিত হয় এক ভয়ংকৰ বিস্ফোৰণ। বিস্ফোৰণত ৬জন শ্ৰমিকৰ লগে লগে মৃত্যু হয়।

জানিবপৰা মতে ঘটনাটো আহমেদাবাদৰ পৰা প্ৰায় ২৩৫ কিলোমিটাৰ দূৰৈত অৱস্থিত দাহেজ ঔদ্যোগিক এলেকাত পুৱতি নিশা প্ৰায় ৩ বজাত সংঘটিত হৈছিল। বিস্ফোৰণটোৰ ফলত এটা ৰাসায়নিক কাৰাখানাত অগ্নিকাণ্ডৰ সুত্ৰপাত হৈছিল।

ভাৰুচৰ আৰক্ষী অধিক্ষক লীনা পাতিলে জনোৱা অনুসৰি, ৬জন কৰ্মচাৰীয়ে কাম কৰি আছিল। আৰু বিস্ফোৰণটো সংঘটিত হোৱাৰ পিছত আটাইকেইজনৰ মৃত্যু হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...

ডায়েট ডিব্ৰুগড়ত কুইজ প্ৰতিযোগিতা, প্ৰথম স্থান জিনিলে কোনে?

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), ডিব্ৰুগড়ত প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষাৰ্থীসকলৰ...

গুৱাহাটীৰ ক’ত, কেতিয়া অনুষ্ঠিত হ’ব পবিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ?

কাইলৈ ইছলাম ধৰ্মালম্বী লোকৰ পবিত্ৰ ঈদ-উল-ফিটৰ। আকাশত জোন দেখাৰ...