কোন কেইখন নতুন মুখে স্থান পাব মোডী কেবিনেটত?

গুৱাহাটী, ৭ জুলাই, NKTV: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কেবিনেটত ব্যাপক সাল-সলনি হোৱাৰ সম্ভাৱনা। নতুন ব্যক্তিয়ে স্থান দখল কৰিব মোডীৰ কেবিনেটত। ইতিমধ্যে কেবিনেটত হ’বলগীয়া নতুন সংযোজন সন্দৰ্ভত বৰ্তমানো অব্যাহত আছে চিন্তা-চৰ্চা তাৰ মাজতে এক বিশেষ সুত্ৰই মোডীৰ কেবিনেটত হ’বলগীয়া এই নতুন সংযোজনৰ সম্ভাৱনা প্ৰকাশ কৰিছে।

মোডীৰ কেবিনেটত যোগদান কৰিবলগীয়া সম্ভাৱ্য নতুন প্ৰাৰ্থী কেইজন ক্ৰমেঃ

১. নাৰায়ণ তাতু ৰাণে ২. সৰ্বানন্দ সোণোৱাল ৩. ড০ বীৰেন্দ্ৰ কুমাৰ ৪. জ্যোতিৰাদিত্য সিন্ধিয়া ৫. ৰামচন্দ্ৰ প্ৰসাদ সিং ৬. অশ্বিনী বৈষ্ণৱ ৭. পশু পতি কুমাৰ পাৰস ৮. কিৰেন ৰিজিজু ৯. ৰাজ কুমাৰ সিং ১০. হৰদীপ সিং পুৰী ১১. মনসুখ মাণ্ডৱিয়া ১২. ভূপেন্দ্ৰ যাদৱ ১৩. পৰশত্তম ৰূপালা ১৪. জি. কিষাণ ৰেড্ডী ১৫. অনুৰাগ সিং ঠাকুৰ ১৬. পংকজ চৌধুৰী ১৭. অনুপ্ৰিয়া সিং পেটেল ১৮. ড০ সত্য পাল সিং বাঘেল ১৯. ৰাজীৱ চন্দ্ৰশেখৰ ২০. সুশ্ৰী শোভা কৰন্দলাজে ২১. ভানু প্ৰতাপ সিং বাৰ্মা ২২. দৰ্শনা বিক্ৰম জাৰ্দোশ ২৩. মীনাক্ষী লেখি ২৪. অন্নপূৰ্ণা দেৱী ২৫. এ. নাৰায়ণস্বামী ২৬. কৌশল কিশোৰ ২৭. অজয় ভট্ট ২৮. বি. এল. বাৰ্মা ২৯. অজয় কুমাৰ ৩০. চৌহান দেবুসিন ৩১. ভগৱন্ত খুবা ৩২. কপিল মৰেশ্বৰ পাটিল ৩৩. সুশ্ৰী প্ৰতিমা ভৌমিক ৩৪. ড. সুভাষ সৰকাৰ ৩৫. ড. ভাগৱত কৃষ্ণাৰাও কাৰাড ৩৬. ড০ ৰাজকুমাৰ ৰঞ্জন সিং ৩৭. ড০ ভাৰতী প্ৰবীণ পাৱাৰ ৩৮. বিশ্বেশ্বৰ টুডু ৩৯. শান্তনু ঠাকুৰ ৪০. ড০ মুঞ্জাপাৰা মহেন্দ্ৰভাই ৪১. জন বাৰলা ৪৩. ড০ এল. মুৰুগান ৪৪. নিসিথ প্ৰামানিক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো পদক; পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল দলীয় ইভেণ্টত ভাৰতৰ ৰূপৰ পদক

আইচি-নাগোয়া এছিয়ান গেমছত পদক অভিযান অব্যাহত ৰাখিছে ভাৰতে। পুৰুষৰ...