জুৱাৰ আড্ডাত চলিল আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ ৩জনক

জুৱাৰ আড্ডা। আৰক্ষীৰ অভিযানত জুৱাৰ সামগ্ৰীসহ আটক ৩ জুৱাৰী। জুৰীয়াৰ কাৱৈমাৰিত বহিছিল এই জুৱাৰ আড্ডা। গোপন খবৰৰ ভিত্তিত জুৰীয়াৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অদিত বড়োৰ নেতৃত্বত চলা অভিযানত জুৱাৰ সামগ্ৰী সহ নগদ ৫,৩৭০ টকাৰ লগতে বাহাৰুল ইছলাম, আতাবুৰ ৰহমান আৰু নুৰুল হক নামৰ ৩ জুৱাৰীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। সম্প্ৰতি ৩ জুৱাৰীক জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...