চেইন ছিষ্টেমত হৈছিল SCERT কেলেংকাৰিৰ ধনৰ লেনদেন। চক্ৰটোৱে লুণ্ঠন কৰিছিল SCERTৰ ১০৫ টকা। ২০ কোটি টকাত মেনেজ হৈছিল বহু RTI কৰ্মী-সাংবাদিক। কেলেংকাৰি সন্দৰ্ভত ১২ জনীয়া সাংবাদিক-RTI কৰ্মীৰ তালিকা প্ৰস্তুত CM ভিজিলেন্সৰ। কেৱল NKTVৰ হাতত কেলেংকাৰিত জড়িতৰ নাম।
SCERT কেলেংকাৰিত সাঙোৰ খাইছে কাৰ কাৰ নাম?
কেৱল NKTVৰ হাতত কেলেংকাৰিত জড়িত লোকৰ নাম
‘চেইন ছিষ্টেম’ত লাখ লাখ চৰকাৰী ধন হৈছিল লেনদেন
২০ কোটি টকাত মেনেজ হৈছিল বহু RTI কৰ্মী-সাংবাদিক
১২ জনীয়া সাংবাদিক-RTI কৰ্মীৰ তালিকা প্ৰস্তুত CM ভিজিলেন্সৰ
মনোজ দাস, বিদ্যুৎ কলিতা, বনজিত মালি, ডেভিদ অধিকাৰীক
SCERT কেলেংকাৰিৰ তদন্তই লৈছে পূৰ্ণগতি
জেৰাৰ সন্মুখীন হ’ব তালুকদাৰ, নাথ, শইকীয়া উপাধিৰ ৩ সাংবাদিক
৩ সাংবাদিকে ২০১৯ত লৈছিল ৩০ লাখৰো অধিক টকা!
অনুপ শইকীয়াক লগত লৈ CM ভিজিলেন্সৰ অভিযান
ধৃত অনুপৰ বাসগৃহৰ পৰা জব্দ বহু আপত্তিজনক নথি পত্ৰ
আজিও জেৰাৰ সন্মুখীন ৰবিজিৎ গগৈ, অনুপ শইকীয়া
জেৰাৰ সন্মুখীন সাংবাদিক পূজা দাস আৰু ভাস্কৰ হাজৰিকা