৩ সাংবাদিকে ২০১৯ত লৈছিল ৩০ লাখৰো অধিক টকা!

চেইন ছিষ্টেমত হৈছিল SCERT কেলেংকাৰিৰ ধনৰ লেনদেন। চক্ৰটোৱে লুণ্ঠন কৰিছিল SCERTৰ ১০৫  টকা। ২০ কোটি টকাত মেনেজ হৈছিল বহু RTI কৰ্মী-সাংবাদিক। কেলেংকাৰি সন্দৰ্ভত ১২ জনীয়া সাংবাদিক-RTI  কৰ্মীৰ তালিকা প্ৰস্তুত CM ভিজিলেন্সৰ। কেৱল NKTVৰ হাতত কেলেংকাৰিত জড়িতৰ নাম।

SCERT কেলেংকাৰিত সাঙোৰ খাইছে কাৰ কাৰ নাম?

কেৱল NKTVৰ হাতত কেলেংকাৰিত জড়িত লোকৰ নাম

‘চেইন ছিষ্টেম’ত লাখ লাখ চৰকাৰী ধন হৈছিল লেনদেন

২০ কোটি টকাত মেনেজ হৈছিল বহু RTI কৰ্মী-সাংবাদিক

১২ জনীয়া সাংবাদিক-RTI  কৰ্মীৰ তালিকা প্ৰস্তুত CM ভিজিলেন্সৰ

মনোজ দাস, বিদ্যুৎ কলিতা, বনজিত মালি, ডেভিদ অধিকাৰীক

SCERT কেলেংকাৰিৰ তদন্তই লৈছে পূৰ্ণগতি

জেৰাৰ সন্মুখীন হ’ব তালুকদাৰ, নাথ, শইকীয়া উপাধিৰ ৩ সাংবাদিক

৩ সাংবাদিকে ২০১৯ত লৈছিল ৩০ লাখৰো অধিক টকা!

অনুপ শইকীয়াক লগত লৈ CM ভিজিলেন্সৰ অভিযান

ধৃত অনুপৰ বাসগৃহৰ পৰা জব্দ বহু আপত্তিজনক নথি পত্ৰ

আজিও জেৰাৰ সন্মুখীন ৰবিজিৎ গগৈ, অনুপ শইকীয়া

জেৰাৰ সন্মুখীন সাংবাদিক পূজা দাস আৰু ভাস্কৰ হাজৰিকা

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...