নিশা দ’ খাৱৈত পৰি দুৰ্ঘটনাগ্ৰস্ত বিবাহযাত্ৰী বাছ, ২৫ জন লোকৰ মৃত্যু

  • উত্তৰাখণ্ডত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা
  • নিশা দ’ খাৱৈত পৰি দুৰ্ঘটনাগ্ৰস্ত বিবাহযাত্ৰী বাছ
  • এই পৰ্যন্ত ২৫ জন লোকৰ শোকাৱহ মৃত্যু
  • বাছখনত আছিল প্ৰায় ৫০ জন লোক
  • ২০ জন লোকক নিকটৱৰ্তী চিকিৎসালয়ত ভৰ্তি
  • প্ৰায় ৩৫০ ফুট দ’ খাৱৈত পৰিল বাছখন
  • হৰিদ্বাৰৰ লালধঙৰ পৰা বিবাহযাত্ৰী কঢ়িয়াই নিছিল বাছখনে
  • উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীয়ে বাতিল কৰিলে সকলো ধৰণৰ কাৰ্যসূচী
  • কিছু সময় পিছতে ঘটনাস্থলীলৈ যাব মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামী
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰথমবাৰৰ বাবে বিজেপিৰ মেয়ৰ নিৰ্বাচিত হ’ব মুম্বাইত

মহাৰাষ্ট্ৰৰ বৃহন্মুম্বাই পৌৰ নিগমকে ধৰি ২৯খন পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল...

খাৰুৱা তেলক কিয় বিশ্ব অৰ্থনীতিৰ ইঞ্জিন বুলি কোৱা হয়?

যেতিয়াই আমি পেট্ৰ’ল পাম্পত আমাৰ বাহনত তেল ভৰাওঁ তেতিয়া...

নিজে লাভ কৰা নোবেল বঁটা ট্ৰাম্পক দিলে মাচাডোৱে, এই বঁটা হস্তান্তৰ কৰিব পাৰিনে?

ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোৱে বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি...

চীন, ভাৰত আৰু ইউৰোপ… নতুন বিশ্ব ব্যৱস্থাৰ কথা কিয় চলিছে, কানাডা নেতা হ’ব নেকি?

কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে বিশ্ব বাণিজ্যৰ দিশ নিৰ্ধাৰণৰ অভিযানত...