ভয়াৱহ বিস্ফোৰণত শিশুসহ নিহত কমেও ২৩জনকৈ লোক

শনিবাৰে সন্ধিয়া মেক্সিক’ৰ ছুপাৰ মাৰ্কেটত সংঘটিত হয় ভয়াৱহ বিস্ফোৰণ। বিস্ফোৰণত শিশুসহ নিহত কমেও ২৩জনকৈ লোক। ঘটনাত আহত হয় আন ১৫জন লোক। মেক্সিক’ৰ হাৰ্ম’ছিলত সংঘটিত হয় এই ঘটনা। ‍বিস্ফোৰণত কঁপি উঠে সমগ্ৰ অঞ্চল। বিস্ফোৰণৰ পিছতে জুয়ে ছানি ধৰে সমগ্ৰ ছুপাৰ মাৰ্কেটখন। ঘটনাৰ সময়ত ছুপাৰ মাৰ্কেটত আছিল কেইবাশ লোক। জুয়ে ছুপাৰ মাৰ্কেটখন ছানি ধৰাৰ লগতে অগ্নিদগ্ধ হয় কেইবাখনো গাড়ী। ঘটনা সম্পৰ্কত তদন্ত আৰম্ভ কৰিছে মেক্সিক’ৰ আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৭৯৯ টকাতে আই পি এলৰ টিকট…

গুৱাহাটীত আসন্ন আই পি এলৰ তিনিখন হাইভল্টেজ মেচ খেলিব...

পদ্মশ্ৰী হেলি ৱাৰ আৰু সমাজকৰ্মী প্ৰসাদ অগ্নিহোত্ৰীক USTMত সমাজসেৱা উৎকৃষ্টতা বঁটা প্ৰদান

USTMৰ ছ'চিয়েল ৱৰ্ক বিভাগে বিশ্ব সমাজকৰ্ম দিৱস ২০২৬ উপলক্ষে...

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...