নজিৰবিহীন! একেলগে ৩৮জনক ফাঁচীৰ নিৰ্দেশ

  • আহমেদাবাদৰ ধাৰাবাহিক বিস্ফোৰণ গোচৰৰ ৰায়দান
  • ৩৮ জন অভিযুক্তক ফাঁচীৰ নিৰ্দেশ আদালতৰ
  • ১১জন অভিযুক্ত যাৱজ্জীৱন কাৰাদণ্ড
  • ঘটনাত দোষী সাব্যস্ত হৈছিল ৪৯ জন লোক
  • ২০০৮ চনৰ ২৬ জুলাইত আহমেদাবাদত হৈছিল ২২টাকৈ বোমা বিস্ফোৰণ
  • UAPAৰ অধীনত ৰুজু হৈছিল গোচৰ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

হাতত এডাল বিষাক্ত সাপ লৈ চিকিৎসালয়ত প্ৰৱেশ এজনৰ

এখন চিকিৎসালয়ত হঠাৎ হাহাকাৰ লাগিল। হাতত এডাল বিষাক্ত সাপ...

বাজপেয়ী আছিল শান্তিৰ দূত: মুখ্যমন্ত্ৰী

ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে উন্মোচন কৰিলে মুখ্যমন্ত্রীয়ে...

ফেচবুক, হোৱাটছআপৰ ধামখুমীয়াত অতীত হ’ল হেঁপাহৰ চিঠিখন

কেতিয়াবা আপুনি নিজৰ প্ৰিয়জন অথবা বন্ধুবৰ্গলৈ লিখিছেনে চিঠি ?...

ত্ৰিশূল ছুপাৰৰ চালক-হেণ্ডিমেনে ছুৰিকাঘাত কৰিলে এজনক

কলিয়াবৰৰ ৰাঙলুত ভয়ংকৰ ঘটনা। এজনক ছুৰিকাঘাত ছুপাৰৰ চালক–হেণ্ডিমেনৰ। গুৰুতৰভাৱে...