নজিৰবিহীন! একেলগে ৩৮জনক ফাঁচীৰ নিৰ্দেশ

  • আহমেদাবাদৰ ধাৰাবাহিক বিস্ফোৰণ গোচৰৰ ৰায়দান
  • ৩৮ জন অভিযুক্তক ফাঁচীৰ নিৰ্দেশ আদালতৰ
  • ১১জন অভিযুক্ত যাৱজ্জীৱন কাৰাদণ্ড
  • ঘটনাত দোষী সাব্যস্ত হৈছিল ৪৯ জন লোক
  • ২০০৮ চনৰ ২৬ জুলাইত আহমেদাবাদত হৈছিল ২২টাকৈ বোমা বিস্ফোৰণ
  • UAPAৰ অধীনত ৰুজু হৈছিল গোচৰ
NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...