আৰক্ষীৰ নিদ্ৰাৰ সুযোগ লৈ হেণ্ডকাফসহ পলাল ২ চোৰ

পুনৰ নাক কাট খালে অসম আৰক্ষীৰ। এইবাৰ স্মাৰ্ট আৰক্ষীৰ হাতৰ পৰাই পলাল চোৰ। ফটাশিল আৰক্ষীৰ গাড়ীৰ পৰা পলাল ২ বাইক চোৰ। আৰক্ষীৰ নিদ্ৰাৰ সুযোগ লৈ হেণ্ডকাফসহ পলাল ২ চোৰ। স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ আহোতেই গাড়ীৰ পৰা পলাল ৰাহুল ৰাভা আৰু বিকাশ বড়ো নামৰ চোৰ দুটা। সমগ্ৰ বিষয়টো গাপ দিয়াৰ চেষ্টা ফটাশিল আৰক্ষীৰ। ২ চোৰক বিচাৰি বিভিন্ন স্থানত আৰক্ষীৰ অভিযান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...