জুৱা খেলক কেন্দ্ৰ কৰি কুৰুক্ষেত্ৰ, ১৯জনক গ্ৰেপ্তাৰ আৰক্ষীৰ

বৰপেটাৰ ভেল্লাৰ মাৰপিটৰ ঘটনাক লৈ ১৯জনক গ্ৰেপ্তাৰ। বুধবাৰে ভেল্লাত দুটা ফৈদৰ মাজত হৈছিল মাৰপিট। জুৱা খেলক কেন্দ্ৰ কৰি সংঘটিত হৈছিল এই ঘটনা। একাংশ খিলঞ্জীয়া লোকক আক্ৰমণ কৰিছিল বংগীয়মূলৰ মুছলমানে। ঘটনাত প্ৰায় ১৭জনৰো অধিক লোক আহত হৈছে। সংকটজনক অৱস্থাত দুজনক GMCHলৈ প্ৰেৰণ। ১৯জনৰ উপৰি আৰু অধিক লোকক গ্ৰেপ্তাৰৰ সম্ভাৱনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...