লতা মংগেশকাৰৰ ১১টা চিৰসেউজ ৰোমাণ্টিক গান

লতা মংগেশকাৰ ভাৰতীয় সংগীত জগতৰ সুৰ সম্ৰাজ্ঞী। কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ নামেই যাৰ পৰিচয়। লতা মংগেশকাৰৰ ১১টা চিৰসেউজ ৰোমাণ্টিক গান, যিসমূহ সদায়ে শ্ৰোতা-দৰ্শকৰ হৃদয়ত আছে।
লগ জা গলে…
১৯৬৪ চনত ৱহ কৌন থী চিনেমাখনত কণ্ঠ নিগৰাইছিল লতা মংগেশকাৰে।
বাহো মে চলে আও…
বাহো মে চলে আও গানটো ১৯৭৩ চনত অনামিকা ছবিখনৰ বাবে কণ্ঠদান কৰিছিল লতাই।
কোৰা কাগজ থা য়েহ মন মেৰা…
১৯৬৯ চনত আৰাধনা চিনেমাখনৰ বাবে কণ্ঠদান কৰিছিল। ৰাজেশ খান্না আৰু শৰ্মিলাই অভিনয় কৰিছিল চিনেমাখনত।
তুম আ গয়ে হো নুৰ আ গয়া হ্যে…
অন্ধী চলচ্চিত্ৰখনৰ বাবে এই গীতটো ১৯৭৫ চনত গাইছিল লতা মংগেশকাৰে। আৰ ডি বৰ্মনে সংগীত পৰিচালনা কৰা গীতটো লিখিছিল গুলজাৰে।
তুঝে দেখা তু য়ে জানা…
১৯৯৫ চনত দিলৱালে দুলহনীয়া ছবিখনৰ বাবে কণ্ঠদান কৰিছিল লতাই। শ্বাহৰুখ খান আৰু কাজলে অভিনয় কৰিছিল চিনেমাখনত
ভিগি ভিগি ৰাতো মে…
১৯৭৪ চনত মুক্তি পাইছিল আজনবী চলচ্চিত্ৰখনে। ৰাজেশ খান্না আৰু জিনত আমনে অভিনয় কৰিছিল চিনেমাখনত।
মেৰা ছায়া ছাথ হোগা…
১৯৬৬ চনৰ এই গানটো আছিল মেৰা ছায়া চিনেমাখনৰ। লতাজীৰ কণ্ঠৰ বিপৰীতে অভিনয় কৰিছিল সুনীল দত্ত আৰু সাধনাই।
হমে ঔৰ জিনে কি…
অগৰ তুম না হোতে চিনেমাখনৰ এই গীতটোত অভিনয় কৰিছিল ৰাজেশ খান্না, ৰেখা আৰু ৰাজ বাব্বৰে।
এনে অসংখ্যা গীতত কণ্ঠদান কৰিছিল লতা মংগেশকাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...