থোৰতে জানি লও আহক লতাজীৰ জীৱন পৰিক্ৰমা

কোকিলকণ্ঠী লতা মংগেশকাৰৰ জীৱনাৱসান। ক’ভিড আক্ৰান্ত হৈ চিকিত্সাধীন হৈ আছিল মুম্বাইত। ২৮ দিন ধৰি ব্ৰীচ কেণ্ডি হাস্পতালৰ ICUত আছিল। শনিবাৰে পুনৰ ভেণ্টিলেটৰত ৰখা হৈছিল লতাক। আজি পুৱা মৃত্যু হয় ভাৰতৰত্ন লতা মংগেশকাৰৰ। ব্ৰীচ কেণ্ডি হাস্পতালৰ মুখ্য কাৰ্যবাহীয়ে নিশ্চিত কৰিলে লতাৰ মৃত্যুৰ বাতৰি। উল্লেখ্য যে, ৮ জানুৱাৰীত ভৰ্তি কৰোৱা হৈছিল ব্ৰীচ কেণ্ডি হাস্পতালত।
থোৰতে জানি লও আহক লতাজীৰ জীৱন পৰিক্ৰমা-
১. ১৯৬৯ত পদ্মভূষণ সন্মানেৰে বিভূষিত হৈছিল লতা
২. পদ্ম বিভূষণ সন্মানেৰে বিভূষিত হৈছিল ১৯৯৯ত
৩. ২০০১ চনত ভাৰতৰত্ন প্ৰদান কৰা হৈছিল গায়িকাগৰাকীক
৪. ২০০৯ চনত ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে বিভূষিত লতা
৫. ১৯২৯ চনৰ ২৮ ছেপ্তেম্বৰ জন্ম হৈছিল লতাৰ
৬. ৩৫ হাজাৰৰো অধিক গীতত কণ্ঠদান কৰিছিল লতাই
৭. ৩ বাৰকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল লতাই
৮. ১৩ বছৰ বয়সতে সংগীতজগতত ভৰি দিছিল লতা মংগেশকাৰে
৯. ১৯৪২ চনত বাণীবদ্ধ হৈছিল লতাৰ কণ্ঠত প্ৰথমটো গীত
১০. সুধাকণ্ঠৰ বহুতো গীতত কণ্ঠদান কৰিছিল লতা মংগেশকাৰে

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...

মালা পিন্ধাবলৈ আগবাঢ়িল নেতা, উভতি আহি দেখিলে চেইন নাই!

বিহাৰৰ মুজাফ্ফৰপুৰত স্বাস্থ্য মন্ত্ৰী নিশান্ত কুমাৰৰ আদৰণি অনুষ্ঠানত সংঘটিত...