শোকাৱহ! পথ দুৰ্ঘটনাত নিহত ৪জন, আহত ৪২জনকৈ লোক

মুম্বাই এক্সপ্ৰেছৱে’ত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। বাছ আৰু ট্ৰেক্টৰৰ সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনাতো। সংঘৰ্ষৰ পিছত খাৱৈত বাগৰি পৰে দুয়োখন বাহন। এই দুৰ্ঘটনাত নিহত হয় ৪জনকৈ লোক। আনফালে আহত হৈছে ৪২জনকৈ লোক। আহতসকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় হাস্পতাললৈ। আৰক্ষীয়ে জনোৱা অনুসৰি দুৰ্ঘটনাগ্ৰস্ত বাছখন মুম্বাই ডম্বিভলীৰ কেচৰ গাঁৱৰ পৰা পান্ধৰপুৰলৈ গৈ আছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

এতিয়াৰে পৰা গুৱাহাটীৰ পৰাই কেইবাখনো দেশৰ ভিছাৰ বাবে কৰিব...

মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ

অসমৰ ৫.৪২ লাখ শিক্ষাৰ্থীলৈ প্ৰথম কিস্তিৰ চেক বিতৰণৰ শুভাৰম্ভ...

গুৱাহাটীত প্ৰায় ৮ কোটি টকাৰ ড্ৰাগছ জব্দ; গ্ৰেপ্তাৰ দম্পতী

মহানগৰীৰ দিছপুৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এক বৃহৎ অভিযানত...