শুকুৰবাৰে কংগ্ৰেছ এৰিব বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে!

গুৱাহাটী, ১৭ জুন, NKTV: শুকুৰবাৰে কংগ্ৰেছ এৰিব বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে!

কাইলৈ পুৱা বিধানসভাৰ বিধায়ক পদ ত্যাগৰ সম্ভাৱনা । মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ২০২১ বৰ্ষৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা বিজয়ী হৈছিল।

নিৰ্বাচনত জয়ী হোৱাৰ পিছতে কংগ্ৰেছ বিধায়িনী দলৰ সচিবৰ পদ তেওঁলৈ আগবঢ়োৱা হৈছিল যদিও সেই প্ৰস্তাৱ প্ৰত্যাখান কৰিছিল ৰূপজ্যোতি কুৰ্মীয়ে। কিন্তু এতিয়া গেৰুৱা বসন পিন্ধাবলৈ প্ৰস্তুতি চলাইছে বুলি জানিব পৰা গৈছে কংগ্ৰেছ বিধায়কজনে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...