চিলাপথাৰৰ জ্যোতিনগৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা

চিলাপথাৰৰ জ্যোতিনগৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ট্ৰেক্টৰ খুন্দাত প্ৰাণ হেৰুৱালে স্কুটী আৰোহী যুৱকে। নিহত যুৱকজন ডিব্ৰুগড়ৰ মোহনবাৰীৰ বিশ্বজিত কোঁৱৰ (২৩)। AS07/W9793 নম্বৰ স্কুটীখনেৰে গৈ আছিল যুৱকজন। চিলাপথাৰ পূৰ্বাঞ্চল মহাবিদ্যালয়ত স্নাতকোত্তৰ চতুৰ্থ ষান্মাসিকৰ পৰীক্ষা দিবলৈ গৈছিল যুৱকজন। কিন্তু এই দুৰ্ঘটনাত মুহূৰ্ততে শেষ হৈ গ’ল সকলো। অপমৃত্যু ঘটিল এটা সম্ভাৱনাৰ।

Popular

More like this
Related

৬৪ বলত অপৰাজিত ১৪৪ ৰান, অনুশীলন মেচত ৰিয়ানৰ বিস্ফোৰক ইনিংছ

আঘাতৰ বাবে দীৰ্ঘ সময় ধৰি খেলপথাৰৰ পৰা আঁতৰি থকা...

২০২৯ৰ পৰা মংগল গ্ৰহলৈ মানৱ অভিযান আৰম্ভ কৰাৰ পৰিকল্পনা ইলন মাস্কৰ

ইলন মাস্কে স্পেচএক্সৰ মংগল অভিযানৰ বাবে এক উচ্চাভিলাষী সময়সূচী...

কাছাৰৰ কাটিগড়াত ভয়াৱহ বিস্ফোৰণ

কাছাৰৰ কাটিগড়াত ভয়াৱহ বিস্ফোৰণ। বিস্ফোৰণত কঁপি উঠিল কাটিগড়াৰ তাৰিণীপুৰ...