নতুন দিল্লীত সাহিত্য অকাডেমিৰ বৃহত্তম ‘সাহিত্যোৎসৱ’

নতুন দিল্লীত সাহিত্য অকাডেমিৰ বৃহত্তম ‘সাহিত্যোৎসৱ’
এই অনুষ্ঠানতে প্ৰদান কৰা হয় সাহিত্য অকাডেমি বঁটা
নতুন দিল্লীৰ কামানি প্ৰেক্ষাগৃহত বঁটা প্ৰদান অনুষ্ঠান
অনুষ্ঠানত সাহিত্য অকাডেমি বঁটা গ্ৰহণ মনোজ কুমাৰ গোস্বামীৰ
‘ভুল সত্য’ গ্ৰন্থৰ বাবে মনোজ কুমাৰ গোস্বামীলৈ এই বঁটা
বিশিষ্ট গল্পকাৰ তথা NKTVৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামী
২৪টা ভাৰতীয় ভাষাত প্ৰদান কৰা হয় সাহিত্য অকাডেমী বঁটা
কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে উদ্বোধন কৰে সাহিত্যোৎসৱ
৬দিনীয়া সাহিত্যোৎসৱত অংশগ্ৰহণ ৪ শতাধিক সাহিত্যিকৰ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

চন্দ্ৰযান-৫ অভিযানৰ বাবে কেন্দ্ৰীয় চৰকাৰে দিলে অনুমোদন

পুনৰ জোনবাইৰ বুকুলৈ মহাকাশযান পঠিয়াবলৈ সাজু হৈছে ISRO। চন্দ্ৰযান-৫...

আছু-উন্নতি সভা-অসম সেনাৰ আহ্বানত ১৮ মাৰ্চত ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী সজাগতা সমদল

অসমৰ ভৱিষ্যৎ ৰক্ষাৰ্থে, অসমক ড্ৰাগছমুক্ত কৰাৰ লক্ষ্যৰে সদৌ অসম...

গ্ৰীণ কাৰ্ড থাকিলেও আমেৰিকাত আজীৱন বসবাস কৰিব নোৱাৰিব! মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ বক্তব্যত উদ্বেগ

গ্ৰীণ কাৰ্ড থাকিলেও আমেৰিকাত স্থায়ীভাৱে অনিৰ্দিষ্টকাললৈ বসবাস কৰাৰ সুবিধা...