ড্ৰাগছ সেৱনৰ বাবেই মই কৰিছিলো চুৰি, গুণ্ডাগিৰী…

‘ড্ৰাগছৰ বাবেই মই হেৰুৱাই পেলালো মোৰ পৰিয়াল’

‘ড্ৰাগছৰ বাবেই মা-দেউতাৰ বিশ্বাস হেৰুৱাব লগা হ’ল’…

গুৱাহাটী, ৫ জুন, NKTV: তেওঁলোক আজি অনুতপ্ত। এটা সময়ত বৰবিহ সদৃশ ড্ৰাগছ, বিভিন্ন নিচাযুক্ত দ্ৰব্য সেৱন কৰিছিল এওঁলোকে। যাৰ পৰিণতিত কিমান ভয়াৱহ, কিমান দুষ্কাৰ্য কৰিছিল সেই কথা এতিয়া মৰ্মে মৰ্মে উপলব্ধি কৰিছে তেওঁলোকে। ড্ৰাগছৰ সেৱনৰ ফলত তেওঁলোকে হেৰুৱাই পেলাইছিল পত্নী,পৰিয়াল, আত্মীয়-কুটুম। কোনোৱে আকৌ ড্ৰাগছ কিনিবৰ বাবে কৰিছিল চুৰি…

এটা বাসগৃহত এদল ড্ৰাগছ আসক্ত যুৱক। কেনেকৈ এগৰাকী মাতৃ আৰু পুত্ৰই সেই ড্ৰাগছ আসক্তকলৈ আৰম্ভ কৰিছে এখন যুদ্ধ? চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ দুখন বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি; ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী

ৰাজধানী দিল্লীৰ দুখন আগশাৰীৰ বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ...

জিম্বাব’ৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আজি অভিষেক জিণ্টীমণি কলিতাৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মূল একাদশত অসমৰ জিণ্টীমণি। জিম্বাব’ৱেৰ...

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা। আজি...