ট্ৰেফিক আইন ভংগকাৰীক দিলে ৰঙা গোলাপ

ধেমাজিৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীয়ে একাংশ চালকক দিছে ৰঙা গোলাপ। হেলমেট নিপিন্ধাকৈ দুচকীয়া বাহন চালক আৰু ছীটবেল্ট নমৰা চাৰিচকীয়া বাহনৰ চালকৰৰ বিৰুদ্ধে “ৰেড ৰ’জ” অভিযান ৷ সাধাৰণতে হেলমেট নিপিন্ধা আৰু ছীটবেল্ট নমৰা বাহন চালক আৰু আৰোহীক আৰক্ষী অথবা পৰিবহন বিভাগে জৰিমনা বিহে যদিও হেলমেট পিন্ধা কিম্বা ছীটবেল্ট পিন্ধাৰ ক্ষেত্ৰত সজাগ নহয় তেওঁলোক৷

সেয়েহে জৰিমনা বা অন্য শাস্তিমূলক ব্যৱস্থাৰে নহয়, মৰমৰ চিন হিচাপে এপাহ ৰঙা গোলাপ দি সোঁৱৰাই দিয়াৰ লগতে সজাগ কৰিছে এইসকল ট্ৰেফিক আইন ভংগকাৰীক৷ এতিয়া সময়হে ক’ব ধেমাজি আৰক্ষী আৰু জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ এই “ৰেড ৰ’জ” অভিযানে কিমানজন ট্ৰেফিক আইন ভংগকাৰীৰ হৃদয় জয় কৰিবলৈ সক্ষম হয়৷

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...