শোকাৱহ! পথ দুৰ্ঘটনাত নিহত ৪জন, আহত ৪২জনকৈ লোক

মুম্বাই এক্সপ্ৰেছৱে’ত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। বাছ আৰু ট্ৰেক্টৰৰ সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনাতো। সংঘৰ্ষৰ পিছত খাৱৈত বাগৰি পৰে দুয়োখন বাহন। এই দুৰ্ঘটনাত নিহত হয় ৪জনকৈ লোক। আনফালে আহত হৈছে ৪২জনকৈ লোক। আহতসকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় হাস্পতাললৈ। আৰক্ষীয়ে জনোৱা অনুসৰি দুৰ্ঘটনাগ্ৰস্ত বাছখন মুম্বাই ডম্বিভলীৰ কেচৰ গাঁৱৰ পৰা পান্ধৰপুৰলৈ গৈ আছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...