নামৰ আগত ZG লগাই দ্বীপেন বৰুৱাক অপমান কৰাসকলৰ কাণ্ডত মৰ্মাহত জুবিন গাৰ্গ ফেন ক্লাৱ

জিলিকি জিলিকা তৰা আকাশৰে… দ্বীপেন বৰুৱাৰ কণ্ঠত এই চিৰসেউজ গীতটো প্ৰতিজন সংগীত অনুৰাগীৰে প্ৰিয় গীত৷ ডক্তৰ বেজবৰুৱাৰ ৰিমেক কৰি ডক্তৰ বেজবৰুৱা-২ নামেৰে শেহতীয়াকৈ নিৰ্মাণ কৰা ছবিখনত জুবিনে গীতটি ভুলকৈ পৰিৱেশন কৰাৰ অভিযোগ উঠিছে। শিল্পী দ্বীপেন বৰুৱাই কৰা এক মন্তব্যৰ পাছতেই জুবিন গাৰ্গৰ একাংশ অনুৰাগীয়ে বৰুৱাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে৷ ছ’চিয়েল মিডিয়াত এচামে সমালোচনা কৰাৰ নামত দ্বীপেন বৰুৱাৰ বিৰুদ্ধে নিকৃষ্ট মন্তব্য কৰিছে৷

এই বিতৰ্ক সমূহৰ মাজতে শনিবাৰে জুবিন গাৰ্গ ফেন ক্লাৱৰ সাধাৰণ সম্পাদকে দিছে এক স্পষ্টীকৰণ। জুবিন গাৰ্গ ফেন ক্লাৱে দ্বীপেন বৰুৱাক লৈ কোনো অশ্লীল-অমাৰ্জিত মন্তব্য কৰা নাই। নামৰ আগত ZG লগাই দ্বীপেন বৰুৱাক অপমান কৰাসকলৰ কাণ্ডত মৰ্মাহত জুবিন গাৰ্গ ফেন ক্লাৱৰ সাধাৰণ সম্পাদক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...