দুৰ্গোৎসৱৰ উছাহৰ মাজত সুৰামত্তৰ উদ্ভণ্ডালি

ৰাজ্যৰ একাংশ উচ্ছৃংখল যুৱ প্ৰজন্মই কলুষিত কৰিছে শাৰদীয় দুৰ্গোৎসৱৰ পৰিৱেশ। উদণ্ড এই চামৰ বাবে এতিয়া পূজাৰ বতৰত ঘৰৰ পৰা ওলাবলৈ চিন্তা সৰ্বসাধাৰণৰ। মহাষ্টমীৰ নিশাৰ এনে কেইটামান দৃশ্যই উদঙাই দিছে সামাজিক স্খলনৰ ভয়াৱহ ছবি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰথমবাৰৰ বাবে বিজেপিৰ মেয়ৰ নিৰ্বাচিত হ’ব মুম্বাইত

মহাৰাষ্ট্ৰৰ বৃহন্মুম্বাই পৌৰ নিগমকে ধৰি ২৯খন পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল...

খাৰুৱা তেলক কিয় বিশ্ব অৰ্থনীতিৰ ইঞ্জিন বুলি কোৱা হয়?

যেতিয়াই আমি পেট্ৰ’ল পাম্পত আমাৰ বাহনত তেল ভৰাওঁ তেতিয়া...

নিজে লাভ কৰা নোবেল বঁটা ট্ৰাম্পক দিলে মাচাডোৱে, এই বঁটা হস্তান্তৰ কৰিব পাৰিনে?

ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোৱে বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি...

চীন, ভাৰত আৰু ইউৰোপ… নতুন বিশ্ব ব্যৱস্থাৰ কথা কিয় চলিছে, কানাডা নেতা হ’ব নেকি?

কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে বিশ্ব বাণিজ্যৰ দিশ নিৰ্ধাৰণৰ অভিযানত...