মহাদেৱৰ আশিস লাভ কৰিবলৈ মহা শিৱৰাত্ৰিৰ দিনা কি কি কৰিব?

মহাদেৱক আৰাধনা কৰিলে দূৰ হয় বাধা–বিঘিনি। প্ৰতিজন দেৱতাৰ দৰে মহাদেৱৰ পূজাৰো কেতবোৰ বিশেষ ৰীতি আছে। ইয়াৰ খেলিমেলি হ’লে ৰুষ্ট হ’ব পাৰে মহাদেৱ। সন্মুখত মহা শিৱৰাত্ৰি। এই দিনটোত ভক্তসকলে শিৱৰ আৰাধনাত মগ্ন হয়। তেওঁৰ পূজাৰ বিধি নাজানিলে আৰাধনা হ’ব মূল্যহীন। মহাদেৱক তুষ্ট কৰিবলৈ তথা মহাদেৱৰ আশিস লাভ কৰিবলৈ মহা শিৱৰাত্ৰিৰ সময়ত আপুনিও কৰিব পাৰে এইকেইটা কাম।

১. মহা শিৱৰাত্ৰিত ব্ৰত বা উপবাসে থাকিব।
২. পুৱাই উঠি স্নান কৰি শুদ্ধ বগা কাপোৰ পৰিধান কৰিব।
৩. মন্দিৰলৈ গৈ ভগৱান শিৱক পানী আৰু গাখীৰ অৰ্পন কৰিব।
৪. মহা শিৱৰাত্ৰিত ‘ঔম নম: শিৱায়’ জপ কৰিব।
৫. এই দিনটোত ব্ৰত ৰাখিলে কোনো ফলৰ ৰস পান কৰিব নালাগে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অষ্ট্ৰেলিয়াৰ মাটিত বাংলাদেশৰ ইতিহাস…

৯ উইকেটত পৰাস্ত অষ্ট্ৰেলিয়া। ২২ আগষ্টত দ্বিতীয়খন টেষ্ট, শৃংখলা...

‘ৰাজনীতিত প্ৰৱেশ কৰাটোৱেই আছিল মোৰ ভুল’: দলীয় কাৰ্যালয়ত উদ্ধাৰ পশ্চিমবংগ বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষৰ মৃতদেহ

পশ্চিমবংগ বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ তথা তৃণমূল কংগ্ৰেছৰ (TMC) জ্যেষ্ঠ...