শীৰ্ষ আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্তক গৃহ বিভাগৰ পদোন্নতি

শীৰ্ষ আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্তক গৃহ বিভাগৰ পদোন্নতি। DIGৰ পৰা IGP ৰেংকলৈ পদোন্নতি পাৰ্থ সাৰথি মহন্তৰ। STF, কেন্দ্ৰীয় পশ্চিম মণ্ডল আৰু প্ৰশাসনিক শাখাৰ DIG হৈ আছিল মহন্ত। এতিয়াৰে পৰা তিনিওটা শাখাৰে IGPৰ দায়িত্ব ল’ব পাৰ্থ সাৰথি মহন্তই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অমৃতপ্ৰভা, সন্দীপনৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাব অসম চৰকাৰ; SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ ঘোষণা

অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ...