কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ত বিশ্ব অনুবাদ দিৱস পালন

আজি বিশ্ব অনুবাদ দিৱস। ১৯৫৩ চনৰ পৰাই এই দিৱস পালন কৰি আহিছে যদিও ২০১৭ চনত ৰাষ্ট্ৰসংঘই অনুবাদক আজিৰ দিনটোত বিশ্ব অনুবাদ দিৱস হিচাপে স্বীকৃতি দিছিল। সমগ্র বিশ্বৰ লগতে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগে উদযাপন কৰে অনুবাদ দিৱস। অনুবাদৰ উপকাৰিতা আৰু অনুবাদ সম্পৰ্কে ছাত্ৰ-ছাত্ৰীৰ মাজত বিশদভাৱে আলোচনা কৰা হয়।
অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তথা সাহিত্যিক মাধুৰ্য্যমণ্ডিত বৰুৱা, অধ্যাপক তথা বিশিষ্ট অনুবাদক গোবিন্দ প্ৰসাদ ভূঞা প্ৰমুখ্যে বিশ্ববিদ্যালয়ৰ আটাইকেইটা বিভাগৰ মুৰব্বী অধ্যাপক সকল উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...