কোহলি-ৰাহানেৰ যুটিয়ে দেখাব পাৰিবনে চমক?

আকৰ্ষণীয় পৰ্যায়ত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল
জয়ৰ বাবে দ্বিতীয় ইনিংছত ৪৪৪ ৰানৰ লক্ষ্য অনুসৰণ ভাৰতৰ
অন্তিম দিনা ভাৰতক প্ৰয়োজন ২৮০ ৰানৰ
অষ্ট্ৰেলিয়াক জয়ৰ বাবে লাগে ৭ টা উইকেট
ক্ৰীজত ৪৪ ৰানত বিৰাট কোহলি আৰু ২০ ৰানত বেটিং কৰি আছে আজিংক্য ৰাহানে
মনকৰিবলগীয়া যে প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াৰ সংগ্ৰহ ৪৬৯ ৰান
প্ৰত্যুত্তৰত মাত্ৰ ২৯৬ ৰানত ১ম ইনিংছ সামৰিছিল ভাৰতীয় দলে
৪ৰ্থ দিনা ২য় ইনিংছত ২৭০ ৰানত ইনিংছ ঘোষণা কেংগাৰু বাহিনীৰ
৪৪৪ ৰাণৰ লক্ষ্য অনুসৰণ কৰি ৪ দিনাৰ অন্তত ৩ উইকেটত ভাৰতৰ সংগ্ৰহ ১৬৪ ৰান
আজি অন্তিম দিনা জয়ৰ বাবে ভাৰতক প্ৰয়োজন ২৮০ ৰানৰ
অমিমাংসীত হৈ ৰ’লে ট্ৰফী ভগাই ল’ব দুই দলে
––––––––––––––––––––––––––

ইপিনে, ভাৰতৰ ২য় ইনিংছত সুভমন গীলৰ আউটক লৈ বিতৰ্ক
থাৰ্ড শ্লীপত কেমেৰুণ গ্ৰীনে ধৰা কেচত বলে মাটি স্পৰ্শ কৰাৰ অভিযোগ
কিন্তু থাৰ্ড আম্পায়াৰে আউট দিয়ে ভাৰতীয় অ’পেনাৰজনক
ইয়াকে লৈ বিশ্ব ক্ৰিকেটত আৰম্ভ হৈছে ব্যাপক সমালোচনা
টীম ইণ্ডিয়াৰ প্ৰাক্তন অ’পেনাৰ বীৰেন্দ্ৰ সেহৱাগে টুইটযোগে কটাক্ষ কৰিছে থাৰ্ড আম্পায়াৰক
অসন্তুষ্টি ব্যক্ত কৰিছে প্ৰাক্তন ক্ৰিকেটাৰ ৱাছিম জাফৰেও

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...