মামণিৰ ৰহস্যজনক মৃত্যু, হত্যা নে আত্মহত্যা?

চৰাইদেউ জিলাৰ মৰাণহাট থানাৰ অন্তৰ্গত মৰাণৰ কচুমাৰি হজোৱাৰ দিৰৈ নৈত মহিলাৰ মৃতদেহ উদ্ধাৰ। মৃত মহিলাগৰাকী মৰাণ ককৰামৰাৰ মামণি গড়। পুৱা নৈৰ কাষেৰে অহা-যোৱা কৰা লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো। আবেলি কচুমাৰিৰ ঘিলাগুৰিৰ পিতৃগৃহলৈ ওলাই আহিছিল মামণি গড়। ইয়াৰ পিছতে পুৱা ৰহস্যজনকভাৱে উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ।

মহিলাগৰাকীক হত্যাৰ সন্দেহ। মৰাণহাট আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে। মৃতদেহৰ লগত মামণি ১২ লিখা থকা আৰু এখন পাছপৰ্ট ফটো লাগি থকা কাৰ্ড উদ্ধাৰ হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষক দিৱসৰ ভাষণ দি থাকোতেই শোকাৱহ ঘটনা…

ভাষণ দি আছিল শিক্ষয়িত্ৰীগৰাকীয়ে। তেতিয়াই ঘটিল এক অনাকাংক্ষিত ঘটনা।...

নেপালত ধ্বংসাৱশেষৰ মাজৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিকসহ দুজন

নেপালত কেইবাদিনো ধৰি বোকা আৰু ধ্বংসাৱশেষৰ মাজত চলি থকা...

১৩ বছৰ পিছত চত্তীশগড়ৰ জঘন্য নক্সালবাদী হত্যাকাণ্ডৰ ১০ মাওবাদী অভিযুক্তক দোষী সাব্যস্ত

ঝীৰাম হত্যাকাণ্ড বা ঝীৰাম উপত্যকাৰ নক্সাল আক্ৰমণ হৈছে ২০১৩...

আহোম ৰাজবংশৰ ৰাজধানী ‘ৰংপুৰ-শিৱসাগৰ’ UNESCO-ৰ বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ বাবে মনোনীত

ভাৰত চৰকাৰে অসমৰ শিৱসাগৰ(ৰংপুৰ)ক UNESCO-ৰ সম্ভাব্য বিশ্ব ঐতিহ্য ক্ষেত্ৰ...