পেৰাগ্লাইডিং কৰি থাকোঁতেই পাহাৰৰ পৰা তললৈ পৰি গ’ল পৰ্যটক

পেৰাগ্লাইডিং কৰি থাকোঁতেই পাহাৰৰ পৰা তললৈ পৰি গ’ল পৰ্যটক। অনাকাংক্ষিত ঘটনাত কৰুণ মৃত্যু তৰুণী পৰ্যটক আৰু তত্ত্বাৱধায়কৰ। নৰ্থ গোৱাৰ কেৰিগাঁও নামৰ অঞ্চলত সংঘটিত হৈছে এই কৰুণ ঘটনা। নিহত পৰ্যটকগৰাকী পুনেৰ ২৭বছৰীয়া শিৱানী ডাবলে। আনফালে তত্ত্বাৱধায়কজন নেপালৰ সুমল। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে শনিবাৰে সংঘটিত হয় এই কৰুণ ঘটনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...