পাঠদান চলি থকাৰ মাজতে গাত খহি পৰিল খিৰিকীৰ ৰেলিং, হাস্পতালত ভৰ্তি ৩ ছাত্ৰীক

শ্ৰেণীকোঠাত পাঠদান চলি থকাৰ মাজতে ৩ ছাত্ৰীৰ গাত শ্ৰেণীকোঠাৰ ভিতৰৰে খিৰিকীৰ লোৰ ৰেলিং খুলি পৰাত আহত ৩গৰাকী ছাত্ৰী। ততাতৈয়াকৈ আহত ছাত্ৰীকেইগৰাকীক শুৱালকুছি FRUত ভৰ্তি কৰোৱা হৈছিল যদিও উন্নত চিকিত্সাৰ বাবে প্ৰেৰণ কৰা হয় GMCHলৈ। মূৰত আঘাত পাইছে ছাত্ৰীকেইগৰাকীয়ে। শুৱালকুছিৰ এঞ্জেলছ ইংলিছ স্কুলত ভয়ংকৰ ঘটনা। বিদ্যালয় কৰ্তৃপক্ষৰ ভুলৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ অভিভাৱকৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...