কলিয়াবৰত বনৰীয়া ম’হৰ ত্ৰাস

কলিয়াবৰত বনৰীয়া ম’হৰ ত্ৰাস। বিগত এমাহে এটা বনৰীয়া ম’হৰ বিচৰণত শংকিত কলিয়াবৰ জমখলা গাঁৱৰ ৰাইজ। কেতিয়াবা পথাৰত, কেতিয়াবা বাহঁনীৰ তলত, কেতিয়াবা ঘৰৰ পাছফালৰ বাৰীত অৱস্থান ম’হটোৰ। এখন ঠেঙত গুৰতৰভাৱে আঘাতপ্ৰাপ্ত ম’হটোৱে বিচৰণ কৰিছে গাঁৱৰ ভিন্ন স্থানত। ম’হটো জনাঞ্চলৰ পৰা খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই বনবিভাগ। আাঘতপ্ৰাপ্ত ম’হটোৰ চিকিৎসাৰ ব্যৱস্থা কৰাতো ব্যৰ্থ বনবিভাগ। যন্ত্ৰণাত জমখলা গাঁৱৰ হাবি-জংঘলত দৌৰি বিচৰণ কৰিছে ম’হটোৱে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...