উত্তৰ প্ৰদেশত কোনে গঠন কৰিব চৰকাৰ, কাৰ হাতলৈ যাব মণিপুৰ?

৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে C VOTERৰ জনমত সমীক্ষা


•C VOTERৰ সমীক্ষাত উত্তৰ প্ৰদেশত পুনৰ বিজেপি চৰকাৰ
•উত্তৰ প্ৰদেশৰ ৪০৩খন আসনৰ ভিতৰত বিজেপিক ২৪১-২৪৫ আসন
•সমাজবাদী পাৰ্টীক ১৪৪-১৪৮খন আসন
•উত্তৰ প্ৰদেশত বিএছপিক ৫-৯খন আসন C VOTERৰ
•উত্তৰ প্ৰদেশত C VOTERৰ সমীক্ষাত কংগ্ৰেছক ৩-৭খন আসন

পঞ্জাবত ১১৭খন আসনৰ ভিতৰত সৰ্বাধিক আপক ৫৫-৬৩খন আসন
•পঞ্জাবত কংগ্ৰেছক ২৪-৩০খন আসন
•শিৰোমণি আকালি দলক ২০-২৬খন আসন
•পঞ্জাবত বিজেপিক ৩-১১খন আসন C VOTERৰ

C VOTERৰ মতে উত্তৰাখণ্ডত CONG-BJPৰ তুমুল প্ৰতিদ্বন্দ্বিতা
•উত্তৰাখণ্ডত বিজেপিক ৩১-৩৭খন, কংগ্ৰেছক ৩০-৩৬খন আসন
•উত্তৰাখণ্ডত আম আদমী পাৰ্টীক ২-৪খন আসন

গোৱাৰ ৪০খন আসনৰ ভিতৰত বিজেপিক ১৪-১৮খন, কংগ্ৰেছক ১০-১৪খন
•গোৱাত আপক ৪-৮খন, MGPক ৩-৭খন আসন C VOTERৰ

মণিপুৰৰ ৬০খন আসনৰ বাবে C VOTERৰ সমীক্ষা
•জনমত সমীক্ষা অনুসৰি মণিপুৰত বিজেপিৰ চৰকাৰ
•মণিপুৰত বিজেপিক ২১-২৫খন আসন, কংগ্ৰেছক ১৭-২১খন আসন
•মণিপুৰত NPFক ৬-৮খন, অন্যান্যক ৮-১২খন আসন C VOTERৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

“মাছৰ টেঙা…বহুত সুস্বাদু”: অসমৰ খাদ্যৰ প্ৰশংসাত সুনীল গাভাস্কাৰ গাভাস্কাৰ

অসমলৈ আহিলে কি খাব লাগে? এই প্ৰশ্নৰ উত্তৰত কোনো...

BRICS সন্মিলনত অংশ ল’বলৈ ভাৰতলৈ আহিব চীনা ৰাষ্ট্ৰপতি শ্বী জিনপিঙ

চীনা ৰাষ্ট্ৰপতি সকলো জল্পনা-কল্পনাৰ অন্তঃ BRICS সন্মিলনত অংশ ল’বলৈ...

৮০ৰ দশকৰ AI ফটো ট্ৰেণ্ড: এখন ফটোৰ আঁৰত খৰচ কিমান?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ নষ্টালজিয়া। AI-এ বৰ্তমানৰ ফটোলৈ আনিছে...