সভাপতি নিৰ্বাচন কৰিবলৈ সাজু অসম প্ৰদেশ কংগ্ৰেছ কমিটী

AICCৰ পৰৱৰ্তী সভাপতি নিৰ্বাচনৰ বাবে সাজু অসম প্ৰদেশ কংগ্ৰেছ কমিটী। আজি অনুষ্ঠিত হোৱা সভাপতি নিৰ্বাচনক লৈ ৰাজীৱ ভৱনত বিষয়ববীয়াৰ ব্যস্ততা। মল্লিকাৰ্জুন খাৰ্গে নে শশী থাৰুৰ হ’ব নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ পৰৱৰ্তী সভাপতি?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...