এজনৰ মনোনয়ন বাতিল, এজনে প্ৰত্যাহাৰ কৰিলে মনোনয়ন

এজনৰ মনোনয়ন বাতিল, এজনে প্ৰত্যাহাৰ কৰিলে মনোনয়ন। কোকৰাঝাৰত গণ সুৰক্ষা পাৰ্টিৰ প্ৰাৰ্থী হ’ব বিনীতা ডেকা। সাংসদ নৱ শৰণীয়াৰ মনোনয়ন ইতিমধ্যে বাতিল কৰিছে নিৰ্বাচন আয়োগে। সোমবাৰে দলৰ আনগৰাকী প্ৰাৰ্থী ঘনশ্যাম দাসে প্ৰত্যাহাৰ কৰে মনোনয়ন। সমষ্টিটোত গণ সুৰক্ষা পাৰ্টিৰ হৈ মনোনয়ন দিছিল ৩জন প্ৰাৰ্থীয়ে। কোকৰাঝাৰত আন দুজন প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ। মনোনয়ন প্ৰত্যাহাৰ কৰা প্ৰাৰ্থী দুজন হ’ল শৈলেন্দ্ৰ নাথ ব্ৰহ্ম, নন্দদেৱ ব্ৰহ্ম। কোকৰাঝাৰত মুঠ ১২গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসমৰ বানপীড়িতলৈ ৮৪৩ কোটি টকাৰ আবণ্টন কেন্দ্ৰীয় চৰকাৰৰ

অসমৰ বানপীড়িতলৈ ৮৪৩ কোটি টকাৰ আবণ্টন কেন্দ্ৰীয় চৰকাৰৰ। কেন্দ্ৰৰ অংশ...

মাজুলীত ৪.৩২ গ্ৰাম হেৰ’ইনসহ আটক ড্ৰাগছ সৰবৰাহকাৰী

মাজুলীত ড্ৰাগছবিৰোধী অভিযানত বৃহৎ সফলতা লাভ কৰিছে অসম আৰক্ষীয়ে।...