আৰক্ষীৰ গুলীত নিহত কোন এই বুবু কোঁৱৰ?

গেলেকীত আৰক্ষীৰে সংঘৰ্ষত নিহত কুখ্যাত অপৰাধী বুবু কোঁৱৰ

  • বহু বছৰ ধৰি গাড়ীচুৰি, ড্ৰাগছ, হত্যাৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল বুবু কোঁৱৰে
  • ৪২টা হত্যাৰ গোচৰ আছে বুবু কোঁৱৰৰ বিৰুদ্ধে
  • দুৰ্ধৰ্ষ গাড়ীচোৰ ৰূপে কুখ্যাত বুবু কোঁৱৰ
  • গেলেকীত আৰক্ষীৰে গুলীয়াগুলীত নিহত
  • অসম নাগালেণ্ড সীমান্তৰ দেওপানীত এই সংঘৰ্ষৰ ঘটনা
  • কংগ্ৰেছ নেতা হেমন্ত বৰুৱাৰ হত্যাকাণ্ডতো জড়িত আছিল বুবু
  • উজনি অসমৰ বিভিন্ন থানাত দুকুৰিৰো অধিক গোচৰ পঞ্জীয়নভুক্ত
  • আৰক্ষীক আক্ৰমণৰ চেষ্টা চলাওঁতেই সংঘৰ্ষ
  • হাস্পতালত ভৰ্তি কৰোৱা হৈছে আহত বুবু কোঁৱৰক
  • অপৰাধীটোৰ পৰা এটা পিষ্টল জব্দ আৰক্ষীৰ
  • জানিবলৈ দিছে অসম আৰক্ষীৰ ADGP জি পি সিঙে
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...