৯ মাহে মহাকাশত কি খাই আছিল সুনীতা উইলিয়ামছে?

৯ মাহে মহাকাশত কি খাই আছিল সুনীতা উইলিয়ামছে? সুনীতা উইলিয়ামছে যাত্ৰা কৰা মহাকাশযানত নিৰ্বাচিত খাদ্যসম্ভাৰ লৈ যোৱা হৈছিল। প্ৰতিগৰাকী মহাকাশচাৰীৰ পচন্দৰ খাদ্যসমূহ বিশেষভাৱে প্ৰস্তুত কৰি নাছাই প্ৰেৰণ কৰিছিল। দৈনিক দাঁত চাফা কৰাৰ বিশেষ ব্যৱস্থাও কৰা হৈছিল। মহাকাশবন্দী সময়ছোৱাত ইলন মাস্কৰ স্পেছ এক্সসহ কেইবাটাও ব্যক্তিগত প্ৰতিষ্ঠানে কাৰ্গ’ মিছনেৰে বিবিধ খাদ্য, পানী আৰু অক্সিজেনৰ যোগান ধৰিছিল। বৰদিনৰ সময়ত যোগান ধৰা হৈছিল বিশেষ খাদ্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...