অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত আগন্তুক ৫ দিনলৈ হ’ব বৰষুণ

অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত আগন্তুক ৫ দিনলৈ হ’ব বৰষুণ। আগজাননী বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ। বিভিন্ন স্থানত পাতলীয়া আৰু মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা। দেওবাৰে উত্তৰ পূৰ্বাঞ্চলৰ ভিন্ন প্ৰান্তত ৩০-৪০ কিঃমিঃ বেগত আহিব বতাহ! তদুপৰি বিজুলী-ঢেৰেকনিৰো সম্ভাৱনা ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...