ম্লান পৰিব নেকি ৰঙালী বিহুৰ আনন্দ? ৰাজ্যৰ কেইবাখনো জিলাত ধুমুহা-বৰষুণৰ আগজাননী

ম্লান পৰিব নেকি ৰঙালী বিহুৰ আনন্দ? ৰাজ্যৰ কেইবাখনো জিলাত ধুমুহা-বৰষুণৰ আগজাননী। ঠায়ে ঠায়ে আৰম্ভ হৈছে বৰষুণ। নামনিৰ কেইবাখনো জিলাত আৰম্ভ হৈছে বৰষুণ। আগন্তুক কেইবাদিনলৈ ডাৱৰীয়া হৈ থাকিব বতৰ। বিহুৰ প্ৰাকক্ষণত আগজাননী দিলে বতৰ বিজ্ঞান কেন্দ্ৰই। ৰঙালী বিহুৰ অনুষ্ঠানত বতৰে বিধি-পথালি দিয়াৰ পূৰ্ণ সম্ভাৱনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...