বতৰে বিধি পথালি দিব সৰস্বতী পূজাত!

বতৰে বিধি পথালি দিব সৰস্বতী পূজাত! অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত আগন্তুক ৩ দিনত বৰষুণৰ সম্ভাৱনা। সাগৰ পৃষ্ঠৰ ১.৫ কিলোমিটাৰ গতিবেগত উৎপত্তি হৈছে ধুমুহাৰ। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনালে এই কথা। ২৪ ঘণ্টাৰ ভিতৰত অসমৰ ভিন্ন প্ৰান্তত মজলীয়া বৰষুণৰ সম্ভাৱনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...