ৰাজ্যত কেতিয়ালৈ অব্যাহত থাকিব বৰষুণ?

0 7,125

ৰাজ্যত হঠাৎ সলনি হৈছে বতৰ। পুৱাৰে পৰা ভিন্ন প্ৰান্তত আৰম্ভ হৈছে বৰষুণ। কিন্তু কেতিয়ালৈ অব্যাহত থাকিব এই বৰষুণ? বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। ৰাজ্যত আগন্তুক ৪ দিনলৈ অসমত হ’ব প্ৰবল বৃষ্টিপাত! ২২ মাৰ্চলৈ বতাহ-বৰষুণ অব্যাহত থাকিব অসমত। অৱশ্যে ২৪ ঘণ্টাত বৰষুণ নহয় তিনিচুকীয়া, শিৱসাগৰ জিলাত।

Leave A Reply

Your email address will not be published.