ভি কে পিপাৰছেনিয়াক শক্তি বিতৰণ নিগমৰ পৰা অব্যাহতি

টিংখাং সমষ্টিৰ বিজেপি বিধায়ক বিমল বৰাই শক্তি বিভাগৰ দ্বায়িত্ব গ্ৰহণ কৰাৰ পিছতে বিভাগটোৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া সকলৰ বিৰুদ্ধে গ্ৰহণ কৰিছে কঠোৰ স্থিতি। বুধবাৰে বিভাগটোৰ এজন মুখ্য প্ৰৱন্ধকক অপসাৰণ কৰাৰ লগতে এজনক বৰ্খাস্ত কৰাৰ পিছতে আজি APDCL, APGCL, AEGCLৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ভি কে পিপাৰছেনিয়াক শক্তি বিতৰণ নিগমৰ পৰা অব্যাহতি দিলে ৰাজ্য চৰকাৰে। সদ্যহতে ৰাজ্যৰ মুখ্য সচিবে ল’ব APDCLৰ দায়িত্ব। মুখ্য সচিবৰূপে অৱসৰৰ পিছত পূৰ্বৰ চৰকাৰে দিছিল এই নিযুক্তি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...