আজি কেৰিয়াৰৰ শততম টেষ্টত অৱতীৰ্ণ হ’ব বিৰাট কোহলি

আজি কেৰিয়াৰৰ শততম টেষ্টত অৱতীৰ্ণ হব বিৰাট কোহলি। মহালিত শ্ৰীলংকাৰ বিৰুদ্ধে শৃংখলাৰ প্ৰথমখন টেষ্টত ভাৰতীয় দল নমাৰ লগে লগে অনন্য কৃতিত্ব অৰ্জন কৰিব ৰাণ মেছিনে। বিৰাট কোহলি ১০০ খন টেষ্ট খেলা ভাৰতৰ ১২ সংখ্যক ক্ৰিকেটাৰ হিচাপে পৰিগণিত হ’ব।

ইফালে আজিৰে পৰা অধিনায়ক হিচাপে টেষ্টত অভিষেক ঘটিব ৰোহিত শৰ্মাৰ। ২২ বছৰৰ পিছত এজন মুম্বাইৰ খেলুৱৈয়ে নেতৃত্ব দিব ভাৰতীয় টেষ্ট ক্ৰিকেট দলক। ৰোহিত শৰ্মাৰ নেতৃত্বতে কোহলিয়ে লাভ কৰিব ১০০ খন টেষ্ট খেলা কৃতিত্ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নেপালত ধ্বংসাৱশেষৰ মাজৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিকসহ দুজন

নেপালত কেইবাদিনো ধৰি বোকা আৰু ধ্বংসাৱশেষৰ মাজত চলি থকা...

১৩ বছৰ পিছত চত্তীশগড়ৰ জঘন্য নক্সালবাদী হত্যাকাণ্ডৰ ১০ মাওবাদী অভিযুক্তক দোষী সাব্যস্ত

ঝীৰাম হত্যাকাণ্ড বা ঝীৰাম উপত্যকাৰ নক্সাল আক্ৰমণ হৈছে ২০১৩...

আহোম ৰাজবংশৰ ৰাজধানী ‘ৰংপুৰ-শিৱসাগৰ’ UNESCO-ৰ বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ বাবে মনোনীত

ভাৰত চৰকাৰে অসমৰ শিৱসাগৰ(ৰংপুৰ)ক UNESCO-ৰ সম্ভাব্য বিশ্ব ঐতিহ্য ক্ষেত্ৰ...