চিকিৎসাধীন বলীউডৰ অভিনেতা নাছিৰুদ্দীন শ্বাহ

গুৱাহাটী, ৩০ জুন, NKTV: বলীউডৰ অভিনেতা নাছিৰুদ্দীন শ্বাহৰ স্বাস্থ্যৰ অৱনতি। মুম্বাইস্থিত এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বলীউডৰ জনপ্ৰিয় অভিনেতা গৰাকীক। অভিনেতা গৰাকীৰ পৰিয়ালৰ লোকে জনোৱা মতে তেওঁ নিমোনিয়াত আক্ৰান্ত হোৱাৰ বাবে ২৯ তাৰিখে তেওঁক চিকিৎসালয়ত কৰোৱা হৈছিল। অৱশ্যে তেওঁ ক্ৰমাত সুস্থ হৈ উঠিছে বুলি জানিব পৰা গৈছে। তেওঁৰ মেনেজাৰে প্ৰকাশ কৰা মতে, নিমোনিয়াই তেওঁৰ হাওঁফাওঁত আক্ৰমণ কৰিছিল যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান চিকিৎসা অব্যাহত আছে। অভিনেতাগৰাকীক আজি নাইবা কাইলৈ চিকিতসালয়ৰ পৰা যাবলৈ দিয়া হ’ব বুলিও মেনেজাৰ গৰাকীয়ে জানিবলৈ দিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

উৎকট গৰম : শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান

শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান : সদৌ অসম সন্মিলিত...

আৰ ই চি বক্সিং: মহিলা এলিট শাখাৰ কোৱাৰ্টাৰত প্ৰৱেশ অসমৰ আঠ বক্সাৰৰ

অসমৰ পুৰুষৰ লগতে মহিলা বক্সাৰেও গুৱাহাটীত চলি থকা আৰ...

NRCৰ সময়ত যিসকলৰ বায়’মেট্ৰিক বন্ধ হৈছিল, তেওঁলোকে কিদৰে আধাৰ কাৰ্ড লাভ কৰিব?

UIDAIয়ে ৯.৩৫ লাখ NRC-BME স্থগিত ৰখা অসমৰ আবেদনৰ বাবে...

চর্জুন হান্সেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব প্রদান

ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত সদৌ অসম ছাত্ৰ সন্থাৰ এখন...